profile Pic

DAKSHIN KAMRUP COLLEGE, MIRZA

Kamrup, Assam 781125

Student Admission Portal

Instructions:

1. Click on "Register Here" to register yourself for Application form fillup.
  • One Contact No and One Email can only be used once.
  • Set your own password
2. After Successfull registration you can login to applicants portal with Contact no and given password and fillup the application form.

Important note
1.Admission will be strictly on merit basis and as per Government Reservation Rules.
2.List of selected students will be notified on the College website after the verification by the admission committee.
3.Copies of self attested pass certificate,marksheet,admit card,caste certificate,photo, bank passbook , Domicile of Assam (PRC/Voter ID Card of Self or Parent/NRC of self or Parent/ADHAR Card of Self or Parent/BPL Card of family/Birth Certificate issued by Registrar of Birth & Death/Pass Port of Self or Parent) is compulsory to apply the process.
4.Applicants are advised not to give any false information while filling up the form.If it is detected that false information is given by a candidate,his/her admission will be rejected.
5.A candidate's own bank a/c is compulsory for getting admission in the College. Those who are still unable to open the bank a/c in his/her name, may provisionally upload their parents'/guardian's(in the absence of parents) bank a/c while applying for admission. But they have to submit their own bank a/c before final admission. Otherwise their admission will be cancelled. 6. One student is alowed to submit only one application form per course.

For any information & Queries
Contact no. 6000212589 For PG Admission Query Please Contact : 9101128553


নিৰ্দেশাৱলী :

১. পঞ্জীয়নৰ লগতে প্ৰ-পত্ৰ পুৰণৰ বাবে "Register Here" ক্লিক কৰক।
* এটা ফোন নং আৰু এটা ইমেইল মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰিব।
* নিজস্ব পাছৱৰ্ড প্ৰদান কৰক।
২. সফলভাৱে পঞ্জীয়ন সম্পন্ন হোৱাৰ পিছত প্ৰ-পত্ৰ পুৰণ কৰিবলৈ আপোনাৰ ফোন নং আৰু নিজস্ব পাছৱৰ্ডৰ সহায়ত লগ্ ইন কৰক।


দৰকাৰী টোকা :

১. নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ মেধা ভিত্তিত আৰু চৰকাৰী সংৰক্ষণ বিধি অনুসৰি সম্পন্ন কৰা হ'ব।
২. নামভৰ্তি সমিতিৰ সিদ্ধান্ত মৰ্মে বাছনি কৰা ছাত্ৰ ছাত্ৰীৰ তালিকা মহাবিদ্যালয় ৱেবছাইটত প্ৰকাশ পাব।
৩. নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে স্ব-প্ৰমাণিত মাৰ্কশ্বীট, এডমিট কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, ফটো, বেংক পাচবুক, অসমৰ অধিবাস (স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ /নিজৰ নাইবা পিতৃ মাতৃৰ ভোটৰ কাৰ্ড / নিজৰ নাইবা পিতৃ মাতৃৰ আধাৰ কাৰ্ড / পৰিয়ালৰ বি.পি.এল. কাৰ্ড / চৰকাৰী পঞ্জীয়ন থকা জন্মৰ প্ৰমাণ পত্ৰ / নিজৰ নাইবা অভিভাৱকৰ পাছপোৰ্ট) বাধ্যতামূলক।
৪. প্ৰ-পত্ৰ পুৰণৰ সময়ত ছাত্ৰ ছাত্ৰী সকলক তথ্য জালিয়াতি নকৰিবলৈ আহ্বান কৰা হ'ল। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে তথ্য জালিয়াতিত লিপ্ত হয় তেন্তে তেওঁলোকৰ নামভৰ্তি খাৰিজ কৰা হ'ব।
৫. প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ তেওঁলোকৰ নিজৰ বেংক একাউন্ট থকাটো বাঞ্চনীয়। যদিহে কোনো প্ৰাৰ্থীয়ে এতিয়া বেংক একাউন্ট খুলিবলৈ অসমৰ্থ হৈ আছে তেওঁলোকে সদ্যহতে তেওঁলোকৰ পিতৃ মাতৃৰ নাইবা অভিভাৱক(পিতৃ মাতৃৰ অনুপস্থিতিত) ৰ বেংক একাউন্টেৰে নামভৰ্তিৰ বাবে আবেদন জনাব পাৰিব। কিন্তু চূড়ান্ত নামভৰ্তিৰ আগে আগে তেওঁলোকে নিজৰ বেংক একাউন্ট জমা দিব লাগিব। অন্যথা তেনে প্ৰাৰ্থীৰ নামভৰ্তি খাৰিজ কৰা হ'ব।
৬. এজন শিক্ষাৰ্থীক প্ৰতিটো শাখাৰ বাবে কেৱল এখন আবেদন পত্ৰ দাখিল কৰিবলৈ অনুমতি দিয়া হয়
** অন্য যিকোনো প্ৰয়োজনীয় তথ্যৰ বাবে যোগাযোগ কৰক

Admission For HS 2nd Year



After making the payment students need not require to submit the receipt in the college.
Forget Password?Click to reset

Instructions For HS 1st year payment

1. Set a password by clicking “Forget Password Button”
2. An OTP will be sent to your mobile number (Used in Darpan)
3. Set your own password
4. Click “Login Here” Button
5. Enter ARN and your password
6. Go to “Admission Notice”
7. Enter DHE Unique ID
8. Again go to “Admission Notice”
9. Click the Make Payment Button and Pay the amount via credit/debit card/Net-banking.